Sunday 19 February 2017

জীৱন প্ৰেমৰ কবিতা

Basanta Baruah
B.Sc 2nd SEM
এই জীৱন মাঁথো এটি যন্ত্ৰ                    
এই যন্ত্ৰৰ দ্বাৰাই বহুতো
  কাম কৰিলো;
মাঁথো সাগৰ সাতুৰী
পাৰ হব নোৱাৰিলো।
তথাপিও......                  
এই জীৱনক ভাল পাওঁ
কিন্তু কিয়??????
জীৱনৰ সকলো দিশতে যেন
উন্নতিৰ পথ দেখা পাওঁ...

ধৰণী ধুনীয়া হৈ ৰ
বিৰিষে বিৰিষে ন-কুহিঁ পাত হ,
বিৰিষৰ সৌন্দৰ্য সোৱঁৰী, সেই ন-কুঁহি 
এদিন পৰিল তল সৰি।
কুঁহি পাতৰ দৰেই....এই জীৱনে
নৰ দেহক জগতৰ শুৱণী কৰি
মাটিৰ লগত যাব মিলি।
তথাপিও.....
এই জীৱনক মই ভাল পাওঁ
কিন্তু কিয়??????
এই জীৱনক লৈ সদাই আগুৱাই যাওঁ।
জীৱন মাঁথো এটি যন্ত্ৰ,
আৰু তাকেই কৰো আমি তন্ত্ৰ মন্ত্ৰ। 

1 comment: