Sunday, 19 February 2017

How beautiful is the rain

Puja Kumari, B.Sc 4t SEM,
Dept. of Botany



How beautiful is the rain!                                                                            
After the dust and heat

In the broad and fiery street,
In the narrow lane,
How beautiful is the rain

Across the window pane                                                          
Its pours and pours;
And swift and wide,
Like arriver down the gutter roars
The rain, the welcome rain

In the country, on every side,
Where far and wide
Like a leopard’s tawny and spotted hide
Stretch as  the plains ,
To the dry grass and drier grain
How welcome is the rain


                                              (Collected)

জীৱন প্ৰেমৰ কবিতা

Basanta Baruah
B.Sc 2nd SEM
এই জীৱন মাঁথো এটি যন্ত্ৰ                    
এই যন্ত্ৰৰ দ্বাৰাই বহুতো
  কাম কৰিলো;
মাঁথো সাগৰ সাতুৰী
পাৰ হব নোৱাৰিলো।
তথাপিও......                  
এই জীৱনক ভাল পাওঁ
কিন্তু কিয়??????
জীৱনৰ সকলো দিশতে যেন
উন্নতিৰ পথ দেখা পাওঁ...

ধৰণী ধুনীয়া হৈ ৰ
বিৰিষে বিৰিষে ন-কুহিঁ পাত হ,
বিৰিষৰ সৌন্দৰ্য সোৱঁৰী, সেই ন-কুঁহি 
এদিন পৰিল তল সৰি।
কুঁহি পাতৰ দৰেই....এই জীৱনে
নৰ দেহক জগতৰ শুৱণী কৰি
মাটিৰ লগত যাব মিলি।
তথাপিও.....
এই জীৱনক মই ভাল পাওঁ
কিন্তু কিয়??????
এই জীৱনক লৈ সদাই আগুৱাই যাওঁ।
জীৱন মাঁথো এটি যন্ত্ৰ,
আৰু তাকেই কৰো আমি তন্ত্ৰ মন্ত্ৰ। 

পালেং শাক

    
Ridip Phukan, B.Sc 6th SEM
Botany Major

         পালেং শাকক ইংৰাজীত Spinach বুলি কয় । ইয়াৰ বৈজ্ঞানিক নাম Spinacia oleracia Linn.। পূৰ্বতে পালেং শাকক Chenopodiaceae গোত্ৰটোত ৰখা হৈছিল যদিও বেছিভাগ চৰিত্ৰ খুটুৰা বা Amaranthaceae গোত্ৰৰে সাদৃশ্য থকাহেতু বৰ্তমান Amaranthaceae গোত্ৰত ৰখা হৈছে ।

  পালেং শাক হল শীত কালত হোৱা এবিধ বৰ্ষজীৱী কৃষিজাত ঔষধি শাক।  পাত বহল, কোমল, ডাঠ, ঘন সেউজীয়া, ৰসাল, কেঁচাই চাটনি হিচাপে আৰু সিজাই শাক হিচাপে খোৱা এবিধ জনপ্ৰিয় বনজাতীয় শাক । অৱশ্যে নিজৰ ইচ্ছা অনুযাৰী বিভিন্ন ধৰণৰ উপকৰণেৰে আঞ্জা তৈয়াৰ কৰি খোৱা দেখা য়ায় । অসমীয়া সমাজত পালেং শাকৰ লগত মাছৰ জোল কৰি খোৱা দেখা যায় । ইয়াৰ উপৰিও দালিৰ লগত আঞ্জা ৰান্ধি খোৱা দেখা য়ায় । যিকোনো উপকৰণেৰে ৰান্ধিলেও পালেং শাকৰ স্বকীয় সোৱাদ নোখোৱালৈকে বুজাই কোৱাটো টান । ই অতি তৃপ্তিদায়ক ।

ৰাসায়নিক  গুণাগুণ

        পালেং শাকত প্ৰটিন, কেলচিয়াম, আইৰণ, ভিটামিন এ, বি আৰু চি থাকে। ইয়াৰ পাতত ক্লৰফিল আৰু লিপিড থাকে। এই লিপিডে বেক্টেৰিয়া নাশ কৰে। পালেং শাকত কম পৰিমাণৰ কাৰ্বহাইড্ৰেট থাকে।
                        
  ঔষধি গুণাগুণ

          শ্বাস-প্ৰশ্বাসজনিত ৰোগ, কাহ-কফ হৈ থকিলে পালেং শাকৰ জোল গৰম কৰি খালে উপকৃত
হয়। এই জোলত অকণমান কলা নিমখ আৰু জালুকৰ গুড়ি দিব লাগে। এজমা ৰোগীয়ে খালে সুফল পায়। পালেং শাক খালে ৰক্তস্ৰাৱ ৰোগীয়ে সুফল পায়। সেইদৰে জণ্ডিচৰ ৰোগীয়েও পালেং শাক খালে সুফল পায়। দেহৰ অতিৰিক্ত চৰ্বি হ্ৰাস কৰিবলৈ পালেং শাক খালে সুফল পোৱা যায়।
   শৌচ খোলোচা নহলে বা কমকৈ ঘনে ঘনে হলে পালেং শাকৰ জোল খোৱা উচিত। পালেং শাক খালে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, বিষেশকৈ কৰ্কট ৰোগ প্ৰতিৰোধৰ ক্ষেত্ৰত পালেং শাক খোৱাটো বৰ প্ৰয়োজনীয়।
         নিম্ন ৰক্তচাপ ৰোগীয়ে পালেং শাক খালে সুফল লাভ কৰে। পালেং শাক খালে পঁয়ালগা ৰোগৰ পৰাও হাতসাৰিব পাৰি। দেহৰ হাড়, দাঁতৰ গঠন সৱল কৰিবলৈ পালেং শাক খোৱা উচিত। পালেং শাক খালে দেহত থকা হিমগ্লবিনৰ পৰিমাণ বৃদ্ধি পায়।
         সৌন্দৰ্য বৰ্ধনতো পালেং শাকৰ গুৰুত্ব অপৰিসীম। পালেং শাক খালে ছাল নিমজ হয়, কমনীয় গুণ বৃদ্ধি হয় আৰু ছালৰ বিভিন্ন ৰোগৰ পৰা উপশম পায়।

    সতৰ্কতাঃ পাথৰ হোৱা ৰোগীয়ে পালেং শাক পৰাপক্ষত নোখোৱাই ভাল ।

Thursday, 16 February 2017

Laboratory Staff


1. Name: Mr. Dibyadhar Hatimuria                          Designation : Laboratory Assistant
  Date of Joining: 06.10.1994 
  Date of Retirement: 02.10.2018







2. Name: Mr. Diganta Buragohain
    Designation: Laboratory Assistant
    Date of Joining: 11.04.2008
    Experience: 14 years

Teaching Staff

1. Name : Mr. Bimal Chandra Gogoi
    Designation : Associate Professor & HOD
    Department : Botany
    Qualification : MSc.
    Date of Joining : 07/14/1992
    Date of Retirement: 31.12.2021
    Address : Namrup college
    Email :begogoi2010@gmail.com


2. Dr. Jitu Buragohain                                         
    Designation: Associate Professor
    Department: Botany
    Qualification: M. Sc, Ph. D
    Date of Joining: ...........
    Date of Joining as Principal: .....2012



3. Lt. Firoza Khatun
    Designation: Associate Professor
    Department: Botany
    Qualification: M. Sc, M. Phil
    Date of Joining: 14.07.1992
    Date of Retirement: 28.02.2013



4. Name: Dr. Jayanta Sonowal
    Designation : Assistant Professor
    Department : Botany
    Qualification : MSc, Ph. D., B.Ed, SLET.
    Date of Joining : 23/02/2016
    Address : Namrup college
    Email :jayanta.sonowal@gmail.com



5. Dr. Urmika Phangchopi
    Designation: Assistant Professor                  

    Department: Botany
    Qualification: M.Sc, Ph. D.
    Date of Joining: 19/06/2020
    Email: urmi.phangchopi@gmail.com




6. Ms. Kakoli Baruah
    Designation: Assistant Professor     

    Department: Botany
    Qualification: M.Sc, NET
    Date of Joining: 24/09/2022
    Email: kakolibaruah16@gmail.com