একেই আলিবাট… সহদেৱ সাহ
একেই সপোন…… উদ্ভিদ বিজ্ঞান বিভাগ
সপোন মলিয়াই… পঞ্চম ষান্মাসিক
সপোনটো ডাঙৰো হয়
সপোনে উফোন্দ পাতে…
আমিবোৰে উফোন্দ ভাঙো !!
গৈ থাকো……
বৈ থাকো……
পথবোৰ দীঘল হয় !!
মৰম বোৰো দীঘল হয় !!
সময়বোৰ বাঢ়ি যায়…
মৰমবোৰো……
সময়ে আঁতৰাই…
হৃদয়বোৰে কাষ চপায়…
একেই সপোন…… উদ্ভিদ বিজ্ঞান বিভাগ
সপোন মলিয়াই… পঞ্চম ষান্মাসিক
সপোনটো ডাঙৰো হয়
সপোনে উফোন্দ পাতে…
আমিবোৰে উফোন্দ ভাঙো !!
গৈ থাকো……
বৈ থাকো……
পথবোৰ দীঘল হয় !!
মৰম বোৰো দীঘল হয় !!
সময়বোৰ বাঢ়ি যায়…
মৰমবোৰো……
সময়ে আঁতৰাই…
হৃদয়বোৰে কাষ চপায়…
No comments:
Post a Comment