Sunday, 30 April 2023

Mimusops elengi L.

Botanical Name: Mimusops elengi L.

Family: Sapotaceae

Common name: Spanish cherry

Vernacular name in Assamese: বকুল Bokul

General characters: Medium-sized evergreen tree. The leaves are glossy, dark green, oval-shaped, 5–14 cm (2.0–5.5 in) long, and 2.5–6 cm (0.98–2.36 in) wide. The flowers are cream, hairy, and scented. The fruits are fleshy, range in color between yellow and brown, and contain a large brown seed.

Uses: The yellow color pulp is edible. The bark, flowers, fruits, and seeds are used in Ayurvedic medicine in which it is purported to be astringent, cooling, anthelmintic, tonic, and febrifuge. It is mainly used for dental ailments such as bleeding gums, pyorrhea, dental caries, and loose teeth.

Rhynchostylis retusa (L.) Blume

Botanical Name: Rhynchostylis retusa (L.) Blume

Family: Orchidaceae

Common name: Foxtail Orchid

Vernacular name in Assamese: কপৌ ফুল Kopou phool

General characters: Epiphytic herb. It has an erect growth form and can grow up to 50 cm tall. The leathery leaves are recurved and deeply channeled. The flowers are borne on densely flowered, drooping racemes originating from the leaf axils. The flowers consist of white sepals and petals with pink blotches and a pink flower lip.

Traditional Knowledge: The inflorescence is used by Assamese girls to adorn their hair during the spring festival ‘Rongali Bihu’. Among the youths of Assam, this orchid is regarded as symbol of love, fertility and merriment. It is also used in marriage ceremony of the Assamese. Considering its importance the native of Assam grow this species in their home premises.

Medicinal Uses: Plant used in treatment of cuts and wounds.

IUCN status: It is an endangered species.

Thursday, 23 March 2023

         তুমি যেতিয়া যন্ত্ৰনা ভোগ কৰা , তেতিয়া ঈশ্বৰক ধন্যবাদ দিবা , কাৰণ যন্ত্ৰণাই হ'ল জীয়াই থকাৰ নিশ্চিত লক্ষণ -- এলবাৰ্ট হুবাৰ্ড

        ইয়াৰ অৰ্থ হ'ল মানুহৰ জীৱনত যন্ত্ৰণাই পৰিবৰ্তন আনে । ভয়াতুৰক সাহসী , দুৰ্বলক অধিক শক্তিশালী কৰি তুলে, আৰু এনেধৰনৰ পৰিবৰ্তনেই মানুহৰ জীয়াই থকাৰ প্ৰমাণ দিয়ে ।

                                                                                                                          সংগ্ৰহ- শেৱালি কোঁৱৰ

         "You should thank God for the obstacles you've enjoyed, because obstacles are a sure sign that you're still alive." - Albert Hubbar                                                                                                          

         The meaning of this quote is that obstacles or challenges in life bring about change and growth. Even though they may be difficult and intimidating, they have the power to make us courageous and strong, and they are a proof that we are still alive and progressing. Therefore, we should be grateful for these challenges and obstacles as they help us to become better versions of ourselves.

                                                                                                                    Collected by Shewali Konwar
প্ৰবাদ বচন
১/ আছে হেংদাং লোৱা নাই , ললে হেংদাং চাৰণ নাই
           --- যুজিবলৈ আগবাঢ়ি নাহিলে কাৰোবাক দুৰ্বলী বা ভয়াতুৰ বুলি ভাবিব নালাগে। খং উঠিলে সকলোৱেই ভয়ংকৰ হৈ উঠিব পাৰে।
২/ উলুৰ লগত বগৰী পোৰা যোৱা।
       অৰ্থাৎ, অসৎ  মানুহৰ লগত সংগত ভাল মানুহ থাকিলেও তেওঁৰো বিপদ হ'ব পাৰে।
৩/ কাকনো বুলিবা ককা, সকলোৰে দাঢ়ি চুলি পকা।
          যেতিয়া সৰু বৰ সকলোৱে অপকৰ্মত লিপ্ত হয় , তেতিয়া কাকো দূখ দিবলৈ কোনো উপায় নাথাকে।
৪/ কিনা হাঁহৰ ঠোঁটলৈকে মঙহ।
        --- অৰ্থাৎ কিনি অনা বস্তুৰ যিমান পাৰি সিমান বেছি ব্যৱহাৰ কৰিব চেষ্টা কৰা হয়।
৫/কৃষ্ণই কৰিলে লীলা ,আমি কৰিলে ধৰি বান্ধি কিলা।
        ---------সমাজৰ গণ্য মাণ্য মানুহে কিছুমান কাম কৰিলে প্ৰসংশা পায় । কিন্তু সাধাৰণ মানুহে কৰিলে ঠাট্টা মস্কৰাহে  কৰা হয়।
                                                                                                           সংগ্ৰহ- শেৱালি কোঁৱৰ
Note: Above matters were presented in morning assembly conducted by Department of Botany on 23rd, 24th and 25th March 2023. You may watch morning assembly here

Monday, 6 February 2023

Students won 3rd prize in College Week (January 2023)

 

Saturday, 21 May 2022

Friday, 21 May 2021

Sunday, 7 March 2021

প্লাষ্টিকও হ’ব পাৰে পৃথিৱীৰ ধ্বংসৰ কাৰণ

 আপুনি জানেনে?

          কথাটো শুনিবলৈ বেয়া যদিও এইটো ধ্ৰুৱ সত্য যে প্ৰত্যেক দিনাই মই, আমি, আপুনি সকলোৱে আত্মহত্যাৰ যো-যা চলাই আছোআমি আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ বৰ্জনীয় পদাৰ্থ সৃষ্টি কৰিছো আৰু সেইবোৰ চৌপাশৰ সুন্দৰ পৰিৱেশত পেলাই প্ৰকৃতিৰ স্বকীয় কাৰ্য প্ৰণালীত বাধাৰ সৃষ্টি কৰিছোআমি পেলোৱা বৰ্জনীয় পদাৰ্থবোৰ আমাৰ পৰিৱেশৰ বাবে, আমাৰ বাবে অতি বিষাক্ত। Slow poison ৰ দৰে ই আমাক প্ৰত্যেক দিনাই মৃত্যুৰ মুখলৈ টানি নিছে।

    আমি পেলোৱা বৰ্জনীয় পদাৰ্থবোৰৰ ভিতৰত কিছুমান জৈৱিকভাৱে পচনক্ষম (Bio-degradable) আৰু কিছুমান জৈৱিকভাৱে অপচনক্ষম (Non-Biodegradable)আমি সৃষ্টি কৰা জৈৱিকভাৱে অপচনক্ষম বা non-biodegradable ৰ ভিতৰত সকলোতকৈ মাৰাত্মক হৈছে প্লাষ্টিক আৰু পলিথিন। এইবোৰৰ ব্যৱহাৰ যদিও হঠাতে বন্ধ কৰিব নোৱাৰি কিন্তু চেষ্টা কৰিলে আমি যথেষ্ট পৰিমাণে কমাব পাৰোঁ। ইয়াৰে যথেষ্ট সংখ্যক আমি পুনৰ ব্যৱহাৰ কৰি প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰাৰ বাবে গঢ়ি উঠা যুদ্ধখনৰ এজন যুজাৰু হব পাৰোঁ। ইহঁতক ব্য়ৱহাৰৰ পাছত অবিবেচকৰ নিচিনাকৈ পেলাই নিদি আমি পৃথকভাৱে  থৈ ইয়াৰে যথেষ্টখিনিক আমাৰ দৈনন্দিন জীৱনত বহুতো কামত খটাব পাৰো আৰু ব্যৱহাৰৰ অযোগ্যবোৰ পৌৰসভা নতুবা দ গাত খান্দি পুতি থব পাৰো ইয়াতকৈয়ো ডাঙৰ কথা প্লাষ্টিক ব্যৱহাৰৰ পৰা যথাসম্ভৱত বিৰত থকা। এনে কৰিলে আমাৰ চৌপাশটো পৰিস্কাৰ হৈ থকাৰ লগতে আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবেও এখন সুন্দৰ প্ৰকৃতি দি থৈ যাব পাৰিম। এই প্ৰক্ৰিয়া যদি মোৰ আৰু আপোনাৰ পৰা আৰম্ভ কৰো তেন্তে সমগ্ৰ পৃথিৱীখনে ধ্বংসৰ গৰাহলৈ যোৱা পথত বাধা দিব পাৰিম আৰু হাজাৰ হাজাৰ পৰিৱেশ ধ্বংসকাৰীক উত্তৰ প্ৰজন্মই তিৰস্কাৰ কৰাৰ সময়ত আমি সদম্ভে থিয় দি থাকিব পাৰিম