দিল্লীহ নদীৰ পাৰতে সহদেৱ সাহ
জ্ঞানৰ
কঠিয়াতলি স্নাতক
পঞ্চম সান্মাষিক
উদ্ভাসিত হৈ উজলি উঠিছে উদ্ভিদ বিজ্ঞান বিভাগ হিয়াৰ
আমঠু নামৰূপ কলেজে
শুভ্ৰ ডেউকা মেলি
ৰঙা-নীলা পখিলী উৰি
হৈ পৰেহি নিতৌ চৌপাশ
নানা জাতি নানা ধৰ্মৰ
মাজতো আছে কাহানিও নিছিগা একতাৰ বান্ধোন
দুৰণিৰ পৰা জীৱনৰ পথ বিচাৰি
শিক্ষাৰ
জ্যোতিৰে যাঁও আগবাঢ়ি
হাতে হাত ধৰি
হৈ পৰো নামৰূপীয়ান আমি
No comments:
Post a Comment